Lavita drama controversy : লভিতাৰ প্ৰদৰ্শন বন্ধ কৰাৰ লগতে তদন্তৰ দাবী

By

Published : Oct 12, 2022, 9:29 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

অভিজিৎ ভট্টাচাৰ্যই বিকৃত কৰা ৰূপকোঁৱৰৰ ‘লভিতা’ নাটকৰ(Lavita drama controversy) সন্দৰ্ভত অসম চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই (Opposition leader Debabrat Saikia)৷ নাটকখনৰ প্ৰদৰ্শন বন্ধ কৰাৰ লগতে সমগ্ৰ বিষয়টোৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবীৰে বিভাগীয় মন্ত্ৰী বিমল বৰালৈ(Minister Bimal Bora) পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী দলপতিগৰাকীয়ে ৷ অসমীয়া ভাষা-সংস্কৃতি ৰক্ষা কৰা হ’ব বুলি অসম চুক্তিত(Assam accord) উল্লেখ থকা কথা কৈ বিৰোধী দলপতিগৰাকীয়ে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে অসমৰ সম্পদ নষ্ট কৰা কাৰ্যক সহ্য কৰা নহ’ব বুলি মন্তব্য কৰে ৷

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.