War against drugs: বঙাইগাঁৱৰ নগৰঝাৰত আফিংসহ আটক সৰবৰাহকাৰী

By

Published : Dec 31, 2022, 6:33 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

বঙাইগাঁৱৰ নগৰঝাৰত আফিংসহ এজনক আটক(Opium smuggler arrested in Bongaigaon) । মাণিকপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযানত ৰজৱ আলী নামৰ সৰবৰাহকাৰীটোৰ পৰা জব্দ 1কেজি আফিং(Opium seized by police) ৷ এখন নম্বৰ প্লেট বিহীন বাইকৰে সৰবৰাহ কৰিছিল আফিংখিনি ৷ আটকাধীন ৰজৱ আলী গোৱালপাৰা জিলাৰ বিৰছিং হালাংগাচৰ প্ৰথম খণ্ডৰ বাসিন্দা ৷ সম্প্ৰতি মানিকপুৰ আৰক্ষীয়ে সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে ৷ মাণিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ সাহাৰ নেতৃত্বত চলিছিল এই অভিযান ৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.