Mob torches Batadrava Police Station case:: ৰেহাই নাপায় বটদ্ৰৱা কাণ্ডত জড়িত কোনো এজন ব্যক্তিয়ে

By

Published : May 23, 2022, 10:38 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

বটদ্ৰৱা কাণ্ডত জড়িত কোনো এজন দোষীয়ে ৰেহাই নাপায় (Batadrava police station incident)। কোনো নিৰ্দোষী লোক সন্মুখীন নহয় হাৰাশাস্তিৰ । গাফিলতি কৰা আৰক্ষীৰ বিৰুদ্ধেও গ্ৰহণ কৰা হৈছে ব্যৱস্থা । অভিযুক্তৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান । তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতি আৰু সমগ্ৰ ঘটনাক লৈ নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে(Nagaon SP Leena Doley) কি ক’লে জানো আহক ৷

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.