সদ্ গুৰু সহিতে মুখ্যমন্ত্ৰীৰ কাজিৰঙা পৰিদৰ্শন সন্দৰ্ভত প্ৰতিক্ৰিয়া লুৰিণজ্যোতি গগৈৰ

By

Published : Sep 25, 2022, 11:04 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘা কৰি কালি মুখ্যমন্ত্ৰীয়ে সদগুৰুসহ দলে বলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা বিষয় সন্দৰ্ভত ডিব্ৰুগড়ত অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (AJP president Lurinjyoti Gogoi)। সভাপতি গৰাকীয়ে মুখ্যমন্ত্ৰীক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী আইন ১৯৭২(Wild life protection act) ভংগ কৰাৰ বাবে কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে তেওঁৰ এই কাৰ্যৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ত আন্দোলন গঢ়ি তুলিবলৈ অসমৰ ৰাইজক আহ্বান জনায় । ইফালে বোকাখাত থানাত মুখ্যমন্ত্ৰী, সদ্ গুৰু আৰু জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এটা গোচৰো ৰুজু হৈছে (FIR against CM Himanta Biswa Sarma)৷ এই গোচৰ ৰুজু কৰিছে সোণেশ্বৰ নৰহে ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.