Tiger Terror in Dibrugarh: ডিব্ৰুগড়ত নিৰ্মীয়মান বাসগৃহত সোমাল নাহৰফুটুকী, আতংকিত জনতা

By

Published : Dec 28, 2022, 7:22 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

যোৰহাটৰ পাছত এইবাৰ ডিব্ৰুগড়ত নাহৰফুটুকীৰ আতংক (Leopard in Dibrugarh)। জনাঞ্চললৈ ওলাই আহিল প্ৰকাণ্ড নাহৰফুটুকী (Tiger in Dibrugarh)। চহৰখনৰ ডিব্ৰুজান অঞ্চলৰ মুকিবুৰ ৰহমান নামৰ লোকজনৰ ঘৰত আজি সন্ধিয়া প্ৰৱেশ কৰে নাহৰফুটুকীটোৱে । বাঘটোৰ আক্ৰমণত আহত হৈছে আছলম আয়াজ ওৰফে মিন্টু নামৰ এজন লোক (Injured by Tiger attack in Dibrugarh)। বাঘটো বাসগৃহটোৰ ভিতৰতে থকাৰ সন্দেহ কৰা হৈছে । ইতিমধ্যে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰ্যবেক্ষণ কৰিছে সকলো দিশ ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.