তিতাবৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

By

Published : May 10, 2022, 9:42 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

মঙলবাৰে নিশা তিতাবৰত আৰক্ষীৰ অভিযান ৷ অভিযানত জব্দ বহু পৰিমানৰ গাঞ্জা (Ganja seized in Titabor)৷ তিতাবৰ মহকুমা আৰক্ষী বিষয়া নৱনীতা শৰ্মাৰ নেতৃত্বত যোৱা এটা দলে জব্দ কৰে প্ৰায় 5 কেজিৰো অধিক ওজনৰ গাঞ্জা । গাঞ্জাখিনিৰ মূল্য কেইবা লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে । তিতাবৰৰ গড়গুৰি অঞ্চলত আৰক্ষীয়ে চলোৱা এই অভিযানত গাঞ্জাসহ গ্ৰেপ্তাৰ কৰিছে দুই গাঞ্জা ব্যৱসায়ী বিতু দাস আৰু অংকুৰ দাসক (Ganja peddler arrested in Titabor)।

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.