Gourab Gogoi at Kalgachia: কলগাছিয়াৰ ৰেডিয়েঞ্চ একাডেমীত সাংসদ গৌৰৱ গগৈ

By

Published : Nov 12, 2022, 9:41 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

শনিবাৰে বৰপেটা জিলাৰ কলগাছিয়াৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ৰেডিয়েঞ্চ একাডেমিত ছাত্র-ছাত্ৰীৰ লগত এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে(Gourab Gogoi at Kalgachia) । সাংসদগৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰাৰ লগতে সাংবাদিকৰ আগত অনুষ্ঠানটিত উপস্থিত থাকি নিজৰ অনুভৱ ব্যক্ত কৰে । লগতে ভাৰত জোড়ো যাত্ৰা(Congress Bharat Jodo Yatra in Assam) প্ৰসংগক লৈ কয় যে, কেৱল কংগ্ৰেছ দলেহে প্ৰকৃত লোকতন্ত্ৰক বিশ্বাস কৰে । চৰ চাপৰিতো তেওঁলোকে এই অভিযান চলাই জনগণৰ মাজত কংগ্ৰেছৰ আদৰ্শ বিয়পাই দিবলৈ চেষ্টা কৰিছে । কিন্তু কংগ্ৰেছৰ এই অভিযানক AIUDF আৰু BJP য়ে কটাক্ষ কৰিছে, কাৰণ বৰ্তমানৰ চৰকাৰখনে অসমৰ ভৌগোলিক পৰিসীমাৰ বিষয়েই ভালদৰে নাজানে, নাজানে অসমৰ বুৰঞ্জী (Gourab Gogoi critisised BJP AIUDF) ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.