নদীৰ মাজত আবদ্ধ নিমাতিৰ পৰা মাজুলী অভিমুখী ফেৰী

By

Published : Jul 8, 2022, 12:28 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

নদীৰ মাজত আবদ্ধ নিমাতিৰ পৰা মাজুলী অভিমুখী ফেৰী (Ferry from Nimati to Majuli Stuck in Middle of Brahmaputra) ৷ নিমাতিঘাটৰ পৰা মাজুলী অভিমুখী আছিল ফেৰীখন ৷ শুকুৰবাৰে পুৱা ৭.৩০ বজাত নিমাতিৰ পৰা অফলামুখলৈ আহিছিল এই ফেৰীখন । ফেৰীখন আহি থকা সময়ত বতাহ বৰষুণ অহাৰ বাবে নদীৰ চাপৰিত ৰখোৱা হৈছে S.B CHENIMAI নামৰ এই গুটিয়া ফেৰী খন । ২৪ জন যাত্ৰী এখন চাৰিচকীয়া গাড়ী সহ ১০ খন দুচকীয়া বাহন আছে ফেৰীখনত ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.