Fake Gold Seized: গুৱাহাটীত নকল সোণ জব্দ

By

Published : Oct 19, 2022, 3:10 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

গুৱাহাটী মহানগৰীত জব্দ নকল সোণ (Fake Gold Seized in Guwahati) । দাতালপাৰাত অভিযান চলাই গড়চুক আৰক্ষীয়ে জব্দ কৰে নকল সোণ । আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, মঙলবাৰে নিশা অভিযান চলাই দাতালপাৰাৰ পৰা নকল সোণৰ এখন নাও আৰু এখন বিস্কুট জব্দ কৰে । নকল সোণখিনিৰ লগত এগৰাকী মহিলা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে (Female arrested smuggling fake gold in Guwahati) । ধৃত মহিলাগৰাকীৰ নাম ভানু বেগম । মহিলাগৰাকীৰ দাতালপাৰাৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ কৰে নকল সোণখিনি । গুৱাহাটীত বিক্ৰীৰ উদ্দেশ্যে লখিমপুৰ পৰা আনিছিল নকল সোণখিনি ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.