Protest in Tezpur: তেজপুৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ প্ৰতিবাদ

By

Published : Nov 29, 2022, 8:01 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ৰেগিঙৰ ঘটনাই জোঁকাৰিছে উচ্চ শিক্ষাৰ ভেঁটি ডিব্ৰুগড় বিশ্ববিদ্যালয়ক (Ragging incident at Dibrugarh University) ৷ কেইজনমান উদণ্ড ছাত্ৰই কালিমা সানিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সোণালী ইতিহাসত । উজনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিঙৰ ঘটনাই এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে (Reactions across the Assam)। এই ঘটনাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই(React on Ragging in Dibrugarh University) । ছাত্ৰ-ছাত্ৰী সকলে কলা বেজ আৰু মুখত কলা কাপোৰ মাৰি মহাবিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । দৰং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ ছাত্ৰসকলে দাবী কৰে যে এই জঘন্য কাণ্ডৰ লগত জড়িত সকলো ছাত্ৰই কঠোৰ শাস্তি পোৱাটো প্ৰয়োজন ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.