Crime in Dibrugarh: ডিব্ৰুগড়ৰ লাহোৱালত ড্ৰাগছ সৰবৰাহকাৰী আটক

By

Published : May 24, 2023, 8:47 PM IST

thumbnail

মৰাণ, ২৪ মে': ডিব্ৰুগড় জিলাৰ লাহোৱালত আৰক্ষীয়ে আটক কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক (Drugs seized in Lahowal)। আৰক্ষীৰ জালত পৰা সৰবৰাহকাৰীটোৰ পৰা নিষিদ্ধ হেৰ'ইন উদ্ধাৰ হৈছে । ধৃত হেৰ'ইন সৰবৰাহকাৰীটোৱে দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ চকুত ধূলি মাৰি চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় (Drugs paddler detained in Lahowal)।

লাহোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে বুধবাৰে নাদুৱা চাইডিং বাইপাছত সৰবৰাহকাৰীটোক আটক কৰে । ধৃত সৰবৰাহকাৰীটোৰ পৰা নগদ পাঁচ হাজাৰ তিনিশ টকা, ম'বাইল হেণ্ডছেট, হেৰ'ইন জব্দ কৰিছে (Anti Drugs mission in Assam) । ধৃত সৰবৰাহকাৰীটো চাবুৱাৰ কদমনিৰ জোন সোণোৱাল বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক: Assam Meghalaya border issue: সীমা বিবাদকলৈ কইনাধৰাত অসম-মেঘালয়ৰ মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.