AAP Protest In Tezpur: মণিপুৰ নাৰী নিগ্ৰহ ঘটনাৰ বিৰুদ্ধে তেজপুৰত আপ কৰ্মীৰ প্ৰতিবাদ

By

Published : Jul 25, 2023, 8:49 PM IST

Updated : Jul 25, 2023, 9:34 PM IST

thumbnail

তেজপুৰ,25 জুলাই: মণিপুৰ ঘটনাৰ দোষীক কঠোৰ শাস্তি প্ৰদান আৰু চৰকাৰৰ ভূমিকাক সমোলোচনাৰে সমগ্ৰ দেশ উত্তাল হৈ আছে ৷ অসমতো বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ ৷ আম আদমী পাৰ্টী তেজপুৰ জিলা কমিটিয়ে মঙলবাৰে তেজপুৰ চহৰত প্ৰতিবাদ সাব্যস্ত কৰে ৷ মোবাইল ফোনৰ লাইট জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীৰ কৰ্মীয়ে। উল্লেখ্য, মোমবাতি জ্বলাবলৈ প্ৰশাসনে অনুমতি নিদিয়াৰ বাবে মোবাইলৰ ফ্লাছ লাইট জ্বলাই সমদল উলিয়াই প্ৰতিবাদকাৰীয়ে ৷

‘বেটি বচাওঁ বেটি পঢাও শ্ল‘গান দিয়া চৰকাৰৰ নীৰব ভূমিকা কিয় ! কেৱল মণিপুৰে নহয় সমগ্ৰ নাৰী জাতিকে অপমান কৰা হৈছে ৷ ইমান ডাঙৰ ঘটনাৰ পাচতো কাণত সোপা দি আছে নেকি ! বিশ্বগুৰু বুলি নিজকে প্ৰতিষ্ঠা কৰিব বিচৰা প্ৰধানমন্ত্ৰী মোদীয়ে কিয় কাণত সোপা দি আছে ৷’’ এই প্ৰশ্ন প্ৰতিবাদকাৰীৰ ৷ 

লগতে পঢ়ক: Manipur Woman naked parade case : মণিপুৰৰ ভাইৰেল ভিডিঅ' গোচৰৰ সপ্তমটো অভিযুক্তক গ্ৰেপ্তাৰ

Last Updated : Jul 25, 2023, 9:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.