জোনাইত স্বচ্ছ কাল অমৃত কাল কাৰ্যসূচী ৰূপায়ণ

By

Published : Oct 1, 2022, 9:23 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

ৰাষ্ট্ৰীয় স্পৰ্টছ এণ্ড ৱেলফেয়াৰ আৰু ভাৰত চৰকাৰৰ উদ্যোগত আৰু জোনাই বালিকা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় আঁচনি গোটৰ উদ্যোগত আজিৰে পৰা পালন কৰা হৈছে Clean India 2.0 অভিযান (Cleaness programme in Jonai) ৷ স্বচ্ছ কাল: অমৃত কালৰ এই কাৰ্যসূচী অহা ৩১অক্টোবৰলৈকে চলিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে(Swaccha kaal Amrit Kaal) ৷ অভিযানৰ প্ৰথম দিনটোত পূজা মণ্ডপ আৰু বজাৰত চাফাই অভিযান চলালে NSS গোটে ৷ জোনাই সদৰৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান তথা বিদ্যালয়-মহাবিদ্যালয়ত জোনাই বালিকা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় আঁচনি গোটৰ সদস্য-সদস্যা তথা ছাত্ৰীসকলে এই কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ পোৱা গৈছে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.