Junmoni Rabha mysterious death : জোনমণি ৰাভাৰ মৃত্যুক লৈ আভাজ্যোতি ৰাভা আৰু মনোজ ৰাজবংশীক জেৰা CID ৰ

By

Published : May 18, 2023, 6:21 PM IST

thumbnail

নগাঁও, 18 মে’ : হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাৰ পিচত এইবাৰ CID য়ে জেৰা কৰিব OC মনোজ ৰাজবংশীক (SI Abha Jyoti Rabha grilled by CID over Junmoni Rabha's death) । নগাঁও পুলিচ গেষ্টহাউছত CID য়ে জেৰা অব্যাহত ৰাখিছে আভাজ্যোতি ৰাভাৰ লগতে OC মনোজ ৰাজবংশীক (OC Manoj Rajbanshi grilled by CID over Junmoni Rabha's death)। বাতৰি যুগুত কৰা পৰলৈকে নগাঁও গেষ্টহাউছত আহি উপস্থিত হৈছে আৰক্ষী বিষয়াগৰাকী ।

জোনমণিৰ মাতৃয়ে আভাজ্যোতি ৰাভা আৰু সদৰ OC মনোজ ৰাজবংশীৰ বিৰুদ্ধে আনিছিল বহু অভিযোগ । তাৰ পাচতেই নগাঁও পুলিচ গেষ্টহাউছত CID য়ে জেৰা চলাইছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, সৰুভগীয়াত সংঘটিত এট পথ দুৰ্ঘটনাত মাজনিশা কৰুণভাৱে মৃত্যুক আঁকোৱালি লৈছিল মৰিকলং আৰক্ষী চকীৰ উপ-পৰিদর্শক জোনমণি ৰাভাই (Junmoni Rabha mysterious death)।

তাৰ পাচতেই বিভিন্ন অভিযোগ-প্ৰতি অভিযোগ পোহৰলৈ আহিছেল ৷ অৱশ্যে এতিয়াও ৰহস্যৰ আৱৰ্তত SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগ ৷

লগতে পঢ়ক : Junmoni Rabha viral phone recording: জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত এটা ভাইৰেল ফোনকলে সৃষ্টি কৰিছে অধিক ৰহস্যৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.