Protest against electricity bill hike: বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবীত নলবাৰীত আপৰ প্ৰতিবাদ

By

Published : Jan 12, 2023, 8:36 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

বৃহস্পতিবাৰে বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবীৰে ৰাজ্যজুৰি আম আদমি পাৰ্টীয়ে সাব্যস্ত কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী(AAP protest against hike of electricity bill) ৷ নলবাৰীতো বিদ্যুৎ বিভাগৰ উপ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীয়ে(AAP protest in Nalbari) ৷ APDCLয়ে অধিক হাৰত বিদ্যুৎ মাচুল বৃদ্ধি কৰা, পুঁজিপতিক বিদ্যুতৰ বিল ৰেহাই দিয়া আদি কাৰ্য বন্ধ কৰাৰ দাবী আম আদমী পাৰ্টীৰ(AAP protest against APDCL) ৷ প্ৰতিবাদৰ অন্তত নলবাৰীৰ বিদ্যুৎ বিভাগৰ মহাপ্ৰৱন্ধকৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা হয় এখন স্মাৰক পত্ৰ ৷ আম আদমী পাৰ্টীৰ নলবাৰী জিলা সমিতিৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.