Road accident at Kaliabor: স্বামী নিহত, পত্নীৰ অৱস্থা সংকটজনক

By

Published : Mar 19, 2022, 10:56 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

thumbnail

কলিয়াবৰৰ কুঠৰী ন-জানৰ সাতত্ৰিশ নম্বৰ ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Kaliabor)। শনিবাৰে নিশা সংঘটিত হয় পথ দূৰ্ঘটনাটো । ASD ২১C ১৭৯১ নম্বৰৰ নগাঁও অভিমুখী ট্ৰাকে বিপৰীতমুখী স্কুটীত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো । দুৰ্ঘটনাটোত স্কুটী চালক অতুল জিনাৰ নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় পত্নী লীণা ৰংফাৰপি (One killed in road accident at Kaliabor) ৷ দুয়োৰে ঘৰ বাগৰীৰ শিলডুবিত । কাৰ্বি আংলঙৰ ৰংমংৱেত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি ঘৰলৈ উভতাৰ পথতে দুৰ্ঘটনাত পতিত হয় দম্পতী ৷

Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.