বিশ্ব ঐতিহ্যৰ সন্মান লাভৰ দিশে শ্বেত শাগৰৰ পেট্ৰ’গ্লিফ

By

Published : Jul 25, 2021, 7:49 PM IST

thumbnail

1926 চনত উত্তৰ-দক্ষিণ ৰাছিয়াৰ বেলোমস্কৰ ঠিক বাহিৰত আৱিস্কাৰ হৈছিল শিলত অংকিত এটি মুজৰ (moose) ছবি ৷ এইটো আছিল সেই অঞ্চলটোত উদ্ধাৰ হোৱা তেনে হাজাৰটা পেট্ৰ’গ্লিফৰ ভিতৰত এটা ৷ এই পেট্ৰ’গ্লিফসমূহকে অতি শীঘ্ৰে ইউনেস্ক’ই (UNESCO) বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰিব ৷ এই ভাস্কৰ্যসমূহে নিঅ’লিথিক যুগৰ (Neolithic Era) শেষৰ জীৱন শৈলীক দৰ্শায় ৷ 5 ৰ পৰা 7 হাজাৰ বছৰ পূৰ্বে অংকন কৰা এই ভাস্কৰ্যসমূহ বিশেষকৈ সমুদ্ৰতীৰৰ লগতে উপকূলীয় দ্বীপসমূহৰ পাথৰত দেখিবলৈ পোৱা গৈছিল ৷ তেতিয়াৰ পৰাই শ্বেত সাগৰৰ 7 কিল’মিটাৰ ব্যাসাৰ্ধত নিঅ’লিথিক যুগৰ শিল্প কলাৰ এটি সংগ্ৰহালয় বিশ্বৰ বাবে মুকলি হৈ পৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.