Thief arrested in Chirang: চিৰাঙত অটোসহ গ্ৰেপ্তাৰ চাৰি বেটাৰি চোৰ

By

Published : Jan 2, 2023, 1:05 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

চিৰাং জিলাৰ ঢালিগাঁও থানা তথা ডাংতল চকীৰ আৰক্ষীৰ অভিযানত অটোসহ গ্ৰেপ্তাৰ চাৰিটাকৈ চোৰ (Thiefs arrested in Dhaligaon)। নৱবৰ্ষৰ প্ৰথম নিশাই ৰে'লৰ ১৩ টা বেটাৰিসহ এখন নম্বৰ প্লেটবিহীন নতুন অটো জব্দ কৰে আৰক্ষীয়ে (Theft in Chirang)। ধৃত চোৰকেইটা ক্ৰমে কমেলেশ্বৰ ৰায়, লেবেন দাস, আনছেৰ আলী আৰু আশ্বানুৰ শ্বেখ । জিলাখনৰ ঢালিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ডাংতল আৰক্ষী চকীৰ চাৰিআলিত এই চোৰকেইটাক গ্ৰেপ্তাৰ কৰা হয় (Crime news of Chirang)। উল্লেখ্য় যে চাৰি দিন পূৰ্বে নিউ বঙাইগাঁও ৰে'ল ষ্টেচনৰ পৰা বেটাৰিকেইটা চুৰি কৰি নৱবৰ্ষৰ প্ৰথম নিশা অটোত লৈ যোৱা অৱস্থাত ডাংতল চাৰিআলিত আৰক্ষীৰ জালত পৰে চোৰকেইটা (New Bongaigaon Railway Station)।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.