Road accident at Raha: ৰহাৰ বগৰিগুৰিত পথ দুৰ্ঘটনাত এজন নিহত

By

Published : Dec 3, 2022, 6:08 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

নগাঁও জিলাৰ ৰহাৰ বগৰীগুৰি মহাদেউশালত শনিবাৰে বিয়লি সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accident at Raha) । AS 01 ET 6000 নম্বৰৰ বাহনখনৰ খুন্দাত থিতাতে নিহত হয় এজন লোক (One pertson death in road accident at Raha) । পিছত নিহত লোকজনক বগৰীগুৰিৰ বীৰেণ পাটৰ(৬৫) বুলি চিনাক্ত কৰা হয় । ৰাষ্ট্ৰীয় পথেৰে চাইকেলেৰে লোকজন গৈ থকাৰ সময়তেই পিছফালৰ পৰা খুন্দিওৱাত তেওঁৰ মৃত্য়ু হয় ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.