কমলা টেঙাৰে তৈয়াৰী এবিধ ব্যতিক্ৰমী ক্ষীৰ

By

Published : Jan 6, 2021, 12:34 PM IST

thumbnail

বাদাম, ইলাচী, চেনী, গাখীৰ আদিৰে তৈয়াৰী ক্ষীৰ আমি প্ৰায়েই খাওঁ ৷ কিন্তু এবিধ ব্যতিক্ৰমী ‘কমলা টেঙাৰ ক্ষীৰ’ আপুনি খাই পাইছেনে ? সাধাৰণভাৱে প্ৰস্তুত কৰা ক্ষীৰৰ লেখীয়াকৈ কমলাৰ ক্ষীৰতো একেই পণ্যৰ প্ৰয়োজন ৷ কিন্তু কমলাৰ ক্ষীৰত সংযোজন কৰা হয় কমলা টেঙা ৷ কমলা টেঙাৰ টুকুৰাবোৰ সৰু সৰুকৈ কাটি সোৱাদ অনুসৰি মিহলাই দিয়া হয় গাখীৰেৰে তৈয়াৰী ক্ষীৰত ৷ অতি সহজে ঘৰতেই প্ৰস্তুত কৰি আপুনিও জুতি ল’ব পাৰে এইবিধ কমলাৰ ক্ষীৰৰ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.