পৌৰ নিৰ্বাচনৰ দিনটোতে চৰকাৰক ধন্যবাদ জনালে জ্যেষ্ঠ কংগ্ৰেছী নেতা শৰৎ বৰকটকীয়ে

By

Published : Mar 6, 2022, 4:34 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

thumbnail

দেওবাৰে অনুষ্ঠিত হোৱা পৌৰসভা নিৰ্বাচনত (Assam Municipal Election 2022) চৰাইদেউ সোণাৰি পৌৰসভাৰ 12 নং ৱাৰ্ডৰ 12 নং ভোটকেন্দ্ৰত ভোটদান সাব্যস্ত কৰিলে জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে (Congress leader Sarat Barkataki casts vote at Sonari) ৷ 2015 চনৰ পাছত নিৰ্বাচন অনুষ্ঠিত কৰা বাবে ভোটদান কৰিয়েই চৰকাৰক ধন্যবাদ জনালে জেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ৷ লগতে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে কংগ্ৰেছে পৌৰসভা দখল কৰিলে বিগত কাৰ্যকালৰ পৌৰসভাখনে সংঘটিত কৰা কেলেংকাৰীৰ তদন্ত কৰা হ'ব বুলিও মন্তব্য কৰে ।

Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.