Illegal train ticket booking racket: ৰেলৰ টিকটৰ অবৈধ ব্যৱসায় কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন

By

Published : Jan 13, 2023, 10:20 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে ৰেলৰ টিকটৰ অবৈধ ব্যৱসায় (IPF busts illegal train ticket booking racket) । চাপৰমুখ ৰেল সুৰক্ষা বাহিনীয়ে নগাঁৱৰ জুৰিয়াৰ কালিয়াডিঙ্গীয়াৰ পৰা বৃহস্পতিবাৰে নিশা আটক কৰে ৰেল টিকটৰ ক’লা ব্যৱসায় চলোৱা লোক দুজনক (Two arrested for black market of train tickets)। জানিব পৰা মতে দীৰ্ঘদিন ধৰি জুৰিয়াৰ আশ্বিকুৰ ৰহমান আৰু চাইফুল ইছলামে বেআইনীভাৱে ৰেলৰ পৰা টিকট ক্ৰয় কৰি অধিক মূল্যত বিক্ৰী কৰি আহিছিল । ধৃত দুই ক'লা ব্যৱসায়ীৰ পৰা চাপৰমুখস্থিত ৰেল সুৰক্ষা বাহিনীয়ে জব্দ কৰে দুটা লেপটপ ,দুটা ম'বাইল আৰু বহুসংখ্যক ৰেলৰ টিকট (Railway Security Force)।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.