শুকুৰবাৰে সংসদত উত্থাপিত হ'ল এন ডি এ চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট। ভাৰতৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী নির্মলা চিতাৰমণে উত্থাপন কৰিলে 2019-20 বৰ্ষৰ বাজেট। এই বাজেটক লৈ বিশেষ আয়োজন FINERৰ। মহানগৰীৰ হোটেল প্ৰগতি মেনৰত FINER আয়োজন কৰা এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে আৰ এছ যোশী,পবিত্ৰ বুঢ়াগোহাঁই,এম পি বেজবৰুৱা,বাজৰং লোহিয়া।