বাক্সাৰ মুছলপুৰত 75 সংখ্যক স্বাধীনতা দিৱস উদযাপন

By

Published : Aug 15, 2021, 9:39 PM IST

thumbnail

বাক্সাৰ মুছলপুৰৰ বাথৌফুৰী ষ্টেডিয়ামত দেওবাৰে ক’ভিড প্ৰট’কল অনুসৰি জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয় ৷ কাৰ্যসূচী অনুসৰি পুৱা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিচতে স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত আয়ুস গাৰ্গে ৷ তাৰপাছতে জিলা উপায়ুক্ত গৰাকীয়ে বাক্সা আৰক্ষী, ২৪ নং আই আৰ বেটেলিয়নৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.