তামিলনাডুত আৱদ্ধ অসমৰ ছাত্ৰীৰ দল

By

Published : May 11, 2020, 9:39 PM IST

thumbnail

তামিলনাডুৰ কুৱাম্বাটুৰত আৱদ্ধ হৈ পৰিছে অসমৰ পৰা অধ্যয়নৰ বাবে যোৱা ছাত্ৰীৰ দল । লক্ ডাউনৰ সময়ত আৱদ্ধ হৈ পৰা ছাত্ৰসকলে নিজ ঘৰলৈ উভতি আহিব বিচাৰিছে যদিও বৰ্তমানলৈকে কোনো ব্যৱস্থা কৰিব পৰা নাই । অসম চৰকাৰে দিয়া হেল্প লাইন নম্বৰত যোগাযোগ কৰিও সহাৰি পোৱা নাই বৰ্তমানলৈকে । কৰ'ণা ভাইৰাছৰ বাবে শংকিত হৈ পৰা ছাত্ৰীসকলে অসমলৈ ঘূৰি অহাৰ ব্যৱস্থা কৰি চৰকাৰক সহায় কৰিবলৈ আহ্বান জনাইছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.