Assam youth dead in Chennai: চেন্নাইত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

By

Published : Feb 23, 2022, 4:54 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

thumbnail

পুনৰ বহিঃৰাজ্যত অসমীয়া যুৱকৰ মৃত্যু (Assam youth dead in Chennai) ৷ চেন্নাইৰ SIS Security and Intelligence Services নামৰ কোম্পানীটোত বিগত চাৰি বছৰে কৰ্মৰত তামুলপুৰৰ বাৰেইগাঁৱৰ যুৱক প্ৰাঞ্জল দাস(২৮) ৰ ২১ ফেব্ৰুৱাৰীত ৰহস্যজনকভাৱে মৃত্যু হয় ৷ যুৱকজনৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালে ৷ সতীৰ্থ যুৱকে এয়া হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে ৷ ইতিমধ্যেই চেন্নাইৰ Guindy থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ৷ যুৱকজনৰ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী কৰিছে পৰিয়ালে ৷

Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.