Uruka celebration: উৰুকাৰ নিশা এসাজ একেলগে খোৱাৰ হেঁপাহেৰে বৰমাৰ বজাৰত ভিৰ

By

Published : Jan 14, 2023, 2:09 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

আজি উৰুকা ৷ উৰুকাৰ নিশা হেপাঁহেৰে এসাজ খাবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহত ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে (Uruka Celebration at Barama )৷ বাক্সা জিলাৰ বৰমাতো পুৱাৰে পৰা গ্ৰাহকে ৰৌ, বৰালী, চিতল, আৰি আদি মাছ ক্ৰয় কৰিবলৈ হেতা উপৰা লাগিছে ৷ এই ছেগতে ৬২ নং বৰমা বিধান সভা সমষ্টিৰ বিধায়ক ভূপেন বড়োৱে (MLA Bhupen bodo) সকলো অসমবাসী ৰাইজলৈ মাঘ বিহুৰ শুভেচ্ছা জনাইছে ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.