নদী গৱেষণা প্ৰতিষ্ঠানৰ ভূমিত স্থাপন কৰা হ’ল বিজেপিৰ কাৰ্যালয় !

By

Published : Oct 8, 2022, 6:10 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

অসম চৰকাৰৰ নদী গৱেষণা কন্দ্ৰৰ(River Research Centre Assam) বাবে প্ৰস্তাৱিত ভূমিত 2019 চনত বিজেপিৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছিল (Assam BJP new office in Guwahati) ৷ এই সম্পৰ্কত সেই সময়ত জলসম্পদ বিভাগেও গোচৰ তৰিছিল এই কাৰ্যৰ বিৰুদ্ধে ৷ বিৰোধীয়েও সেই সময়ত প্ৰতিবাদ কৰি উক্ত ভূমি বিজেপিক আবন্টন নিদিবলৈ দাবী জনাইছিল ৷ উল্লেখ্য যে, উক্ত ভূমি 1967 চনতে 8 লাখ টকাৰ বিনিময়ত ব্যক্তিগত মালিকৰ পৰা ক্ৰয় কৰিছিল নদী গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে ৷ শনিবাৰে গুৱাহাটীত অসম বিজেপিৰ প্ৰসাদসদৃশ কাৰ্যালয়টো মুকলিৰ সময়তে এনে কেতবোৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই (Leader of Oppositions Debabrata Saikia) ৷

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.