West Bengal Bus Accident : পথৰ মাজত বাগৰিল যাত্ৰীবাহী বাছ; কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

By

Published : Jan 9, 2023, 9:26 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

এক শিহৰণকাৰী বাছ দুৰ্ঘটনা সংঘটিত হ’ল পশ্চিম বংগৰ কাটৱাত (West Bengal Bus Accident)৷ এখন দ্ৰুতবেগী যাত্ৰীবাহী বাছ হঠাৎ বাগৰি পৰাৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 40 জন লোক আহত হয় (Bus accident at Katwa) ৷ দেওবাৰে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো ৷ দ্ৰুতবেগী বাছখনৰ ভিতৰৰ লগত ওপৰতো আছিল বহু যাত্ৰী ৷ স্প্ৰীং পাতি ভাগি যোৱাৰ ফলতে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে বুলি জানিব পৰা গৈছে ৷ চিচিটিভি কেমেৰাত বন্দী হ’ল ভয়ংকৰ দুৰ্ঘটনাটোৰ সমগ্ৰ দৃশ্য (Bus accident footage)৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.