Crime against woman in Baksa: বাক্সাত অন্তঃসত্বা বোৱাৰীক অত্যাচাৰ

By

Published : Aug 7, 2022, 8:33 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

বাক্সা জিলাৰ অন্তৰ্গত শালবাৰীত মানৱতা স্খলন ৷ অন্তঃসত্বা বোৱাৰীক শহুৰেক-শাহুৱেকৰ লগতে স্বামী আৰু পৰিয়ালৰ লোকে মিলি অত্যাচাৰ চলোৱাৰ অভিযোগ ৷ এই অভিযোগ ভুক্তভোগী বোৱাৰীগৰাকীৰ লগতে তেওঁৰ আত্মীয়ৰ (Daughter in law accused of torture in Baska) ৷ শহুৰেক-শাহুৱেকৰ লগতে স্বামী আৰু পৰিয়ালৰ লোকৰ মাৰৰ ভয়ত চুবুৰীয়াৰ ঘৰত আশ্ৰয় লৈয়ো সাৰি নগ’ল বোৱাৰীগৰাকী ৷ চুবুৰীয়াৰ খবৰৰ ভিত্তিত ভুক্তভোগী বোৱাৰীগৰাকীক উদ্ধাৰ কৰে পৰিয়ালৰ লোকে ৷ ইতিমধ্যে বোৱাৰীগৰাকীক শালবাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.