National Tribal Dance Festival: অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শিত হ’ল ৰাষ্ট্ৰীয় জনজাতীয় নৃত্য মহোৎসৱত

By

Published : Nov 1, 2022, 8:37 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

চত্তীশগড়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় জনজাতীয় নৃত্য মহোৎসৱত প্ৰদৰ্শিত হ’ল অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য ৷ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰৰ বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত উদ্বোধন কৰা ৰাষ্ট্ৰীয় জনজাতীয় নৃত্য মহোৎসৱ আৰু ৰাজ্যোৎসৱত অসমৰ লগতে অৰুণাচল প্ৰদেশৰ জনজাতীয় নৃত্যও প্ৰদৰ্শন কৰা হয় (Assamese dance at National Tribal Dance Festival)৷ ইয়াৰোপৰি উক্ত নৃত্য মহোৎসৱত দেশৰ আন আন ৰাজ্যসমূহৰ শিল্পীয়ে তেওঁলোকৰ সংস্কৃতিৰ আভাস উপস্থাপন কৰে (National Tribal Dance Festival in Chhattisgarh)।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.