এপিডিচিএলৰ সিদ্ধান্তৰ বিৰুদ্ধে কংগ্ৰেছ যুৱ নেত্ৰী অংকিতা দত্ত

By

Published : Aug 25, 2022, 3:03 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

নিত্যপ্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দিশহাৰা কৰিছে সাধাৰণ জনতাক(Price hike) । তদুপৰি ইন্ধনৰ মূল্যবৃদ্ধিৰ ফলত এতিয়া ত্ৰাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে সাধাৰণ জনতাই ৷ তেনে সময়তে বিদ্যুৎ বিভাগৰ শেহতীয়া পদক্ষেপত জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে ৰাজ্যৰ দল-সংগঠনসমূহ ৷ বিদ্যুৎ বিভাগে ই-ৰিক্সা চালকৰ বেটাৰী চাৰ্জৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতিবাদ জনাই আজি আমগুৰিত গৰজি উঠিল যুৱ কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত(Congress opposed APDCL recent decision)৷ মূল্যবৃদ্ধিয়ে ৰাজ্যৰ খাটিখোৱা শ্ৰেণীটোক সৰ্বশ্ৰান্ত কৰি পেলাইছে বুলি মন্তব্য আগবঢ়ায় কংগ্ৰেছ যুৱ নেত্ৰীগৰাকীয়ে ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.