CM in Jorhat: যোৰহাটত মুখ্যমন্ত্ৰী, সহায় বিচাৰি ৰাইজৰ হেতা-ওপৰা

By

Published : Dec 15, 2022, 5:12 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

বৃহস্পতিবাৰ অৰ্থাৎ আজি যোৰহাটত অনুষ্ঠিত হৈছে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক(Jorhat cabinet meeting) ৷ বৈঠকৰ পূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ গ্ৰহণ মুখ্যমন্ত্ৰীগৰাকীৰ(CM at Jorhat) ৷ ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীগৰাকীক লগ পাবলৈ হেতা-ওপৰা একাংশ ৰাইজৰ ৷ নিজ-নিজ সমস্যা সমূহ লৈ সমাধানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ ৰাইজৰ ৷ তাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাতৰ বাবে আহিল বহু কেইগৰাকী বিশেষভাৱে সক্ষম(Specially abled) ব্যক্তি ৷ কান্দি কান্দি মুখ্যমন্ত্ৰীগৰাকীক তেওঁলোকৰ সমস্যা সমূহ সমাধানৰ আহ্বান জনালে দিব্যাংগ লোকসকলে ৷ দিব্যাংগসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যা সমূহ সমাধানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে চাকৰি দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে(CM Himanta Biswa Sarma) ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.