মোৰ বিপক্ষে হাজাৰবাৰ যাওক, নিবনুৱা ল’ৰা বিপক্ষে যাব নালাগে: মুখ্যমন্ত্ৰী

By

Published : Sep 26, 2022, 10:28 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

তিনিদিনীয়াকৈ কাজিৰঙাত অনুষ্ঠিত চিন্তন বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ৷ চিন্তন বৈঠকত(Chintan Shivir at Kaziranga) কি কি আলোচনা কৰা হ’ল তাৰ সবিশেষ সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সদগুৰুৱে(Sadhguru Jagadish Vasudev) নিশা কাজিৰঙা ভ্ৰমণ কৰাৰ পাচতে সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভতো মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sarma Kazriranga visit) ৷ সংবাদ মাধ্যমক উদ্দেশ্যি পুনৰবাৰ কেতবোৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগাৰীকয়ে ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.