গোলাঘাটত চুতীয়া জাতি ছাত্ৰ সন্থাৰ জোৰ সমদল

By

Published : Sep 25, 2022, 10:22 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

গোলাঘাটত চুতীয়া জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ (Chutia Student Union protest in Golaghat)। নগৰৰ মাজেৰে জোৰ সমদল বাহিৰ কৰি জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত । প্ৰতিবাদী কাৰ্যসূচীৰ পৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে সংগঠনটো । ছয় জনগোষ্ঠীৰ জনজাতিকৰণ(Six communities tribalisation) নকৰিলে অনাগত দিনত আন্দোলনে তীব্ৰ ৰূপ ল'ব বুলিও সকীয়নী প্ৰদান কৰে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.