Local Supari Trading Permit: থলুৱা চুপাৰিৰ সৰবৰাহত অনুমতি কাছাৰ জিলা প্ৰশাসনৰ

By

Published : Dec 4, 2022, 2:16 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

দীৰ্ঘদিনৰ অন্তত থলুৱা চুপাৰিৰ সৰবৰাহত অনুমতি প্ৰদান কৰিলে কাছাৰ জিলা প্ৰশাসনে (Supari trading permit) ৷ দেওবাৰ অৰ্থাৎ আজিৰে পৰা স্থানীয় চুপাৰি বহিঃৰাজ্যলৈ সৰবৰাহ কৰাত কোনো সমস্যাৰ সন্মুখীন নহ’ব থলুৱা ব্যৱসায়ীসকল ৷ চুপাৰি ভৰ্তি ট্ৰাক সমূহ অসম-মেঘালয় সীমান্তৰ দিগৰখালত পৰীক্ষণৰ ব্যৱস্থা কৰিছে আৰক্ষী তথা প্ৰশাসনে(Examine Supari Truck) ৷ দেওবাৰে পুৱাৰ পৰাই ট্ৰাকসমূহ পৰীক্ষণ কৰি যোৱাৰ অনুমতি প্ৰদান কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, স্থানীয় বিধায়ক খলিলুৰ ৰহমানৰ ওৱেট ব্ৰীজত পৰীক্ষা কৰা হৈছে চুপাৰি ভৰ্তি ট্ৰাক সমুহ ৷ কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্বাৰ উপস্থিতিত পৰীক্ষণ কৰি থকা হৈছে ট্ৰাকসমূহ(SP Numal Mahatta) ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.