গুৱাহাটী ৰে'ল ষ্টেচনত বৃহৎ পৰিমাণৰ বার্মিজ চুপাৰি জব্দ

By

Published : Sep 18, 2022, 1:15 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

গুৱাহাটীত বাৰ্মিজ চুপাৰি জব্দ কৰাটো এতিয়া স্বাভাৱিক ঘটনাত পৰিণত হৈছে(Burmese supari seized in Guwahati)। গুৱাহাটী ৰে'ল ষ্টেচনত(Burmese supari seized at Guwahati Railway Station)পুনৰ জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি । আৰক্ষীয়ে ৰাজধানী এক্সপ্ৰেছৰ(Burmese supari seized in Rajdhani Express)পৰা জব্দ কৰে চুপাৰিখিনি । ডিমাপুৰৰ পৰা লৈ অনা হৈছিল এই চুপাৰিখিনি । এটা ডবাৰ পৰা ৪৫ বস্তা আৰু এটা ডবা সম্পূৰ্ণ ভৰ্তি চুপাৰি জব্দ কৰে আৰক্ষীয়ে । জব্দ কৰা চুপাৰিখিনিৰ মূল্য ৫০ লক্ষাধিক টকা হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে । জি আৰ পি ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাসৰ নেতৃত্বত চলিছিল এই অভিযান ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.