Actor Nipon Goswami is no more : ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ শোক প্ৰকাশ

By

Published : Oct 28, 2022, 8:44 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

আজি অসমবাসীয়ে কান্দিছে ৷ কিয়নো অসমীয়া সমাজ জীৱনৰ উজ্বল নক্ষত্ৰটো খহি পৰিল ৷ অসমীয়া ছবি জগতৰ মহীৰূহ স্বৰূপ জ্যেষ্ঠ অভিনেতা নিপন গোস্বামীৰ বিয়োগত মৰ্মাহত ৰাজ্যবাসী (Actor Nipon Goswami is no more) ৷ জ্যেষ্ঠ অভিনেতা নিপন গোস্বামীৰ বিয়োগত কি সাংস্কৃতিক মহল, কি ৰাজনৈতিক মহল সকলোতে পৰিছে শোক ছাঁ ৷ প্ৰবীণ অভিনেতাগৰাকীৰ বিয়োগত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো শোক প্ৰকাশ কৰিছে (Bhabesh Kalita expresses condolences message on actor Nipon Goswami demise) ৷

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.