অসম আৰক্ষী দিৱসত এজন আৰক্ষী বিষয়াৰ মাতৃপ্ৰেমৰ এটি ভিডিঅ’

By

Published : Oct 1, 2022, 12:58 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

অসম আৰক্ষী দিৱসত(70th Assam Police Day) এজন আৰক্ষীৰ মাতৃপ্ৰেমৰ এটি ভিডিঅ'। এগৰাকী মাতৃৰ চৰণ চুই সেৱা কৰিলে আমগুৰি আৰক্ষী থানাৰ আৰক্ষী বিষয়া নাৰায়ণ বড়োৱে (Amguri police station OC)৷ গণশিল্পী মহেন্দ্ৰ হাজৰিকাক(Artist Mahendra Hazarika) কাষত লৈ আৰক্ষী বিষয়াজনে পাঠ কৰিলে স্বৰচিত কবিতা ৷ নাৰায়ণ বড়োৱে কবিতা পাঠ কৰা লগতে শিল্পী মহেন্দ্ৰ হাজৰিকায়ো এটি গীত পৰিৱেশন কৰে (Mahendra Hazarika song)।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.