Badaruddin Ajmal Controversy : আজমলৰ ঘৰ ভাঙিব পৰা বুলডজাৰ নিৰ্মাণ হোৱা নাই : জাকিৰ হুছেইন লস্কৰ

By

Published : Dec 14, 2022, 7:29 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

কট্টৰ হিন্দুত্ববাদী নেতা প্ৰবীণভাই টোগাড়িয়াই কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ এআইইউডিএফৰ (AIUDF reaction on Prbin Togadia comments) ৷ এইবাৰ প্ৰবীণভাই টোগাড়িয়াক উভতি ধৰিলে হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰে । আজমলৰ ঘৰ ভঙাটো সহজ নহয় বুলি মন্তব্য কৰি টোগড়িয়াৰ তুমুল সমালোচনা কৰে এআইইউডিএফৰ হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰে ৷ বিধায়কজনে কয় যে আজমলৰ ঘৰ ভাঙিব পৰাকৈ এতিয়াও অসমত বুলডজাৰ নিৰ্মাণ হোৱা নাই (AIUDF slammed Prabin Togadia) । উল্লেখ্য, শেহতীয়াভাৱে হিন্দুত্ববাদী নেতা প্ৰবীণভাই টোগাড়িয়াই কৰিমগঞ্জত বদৰুদ্দিন আজমলক গাধৰ পিঠিত উঠাই বাংলাদেশলৈ পঠিয়াব লাগে বুলি মন্তব্য কৰিছিল । লগতে অসমত থকা ৫০ লাখ বাংলাদেশী মুছলমানক অসমৰ পৰা খেদি পঠিয়াব লাগে বুলিও মন্তব্য কৰিছিল (Pravin Togadia comments on Badruddin Ajmal) ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.