Annual Conference of Nagaon AASU: নগাঁও জিলা ছাত্ৰ সন্থাৰ অধিৱেশন আৰম্ভ

By

Published : Nov 9, 2022, 2:14 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

কলিয়াবৰত নগাঁও জিলা ছাত্ৰ সন্থাৰ ২৪ সংখ‍্যক অধিৱেশন দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰৰ পৰা আৰম্ভ হৈছে (Annual Conference of Nagaon AASU in Kaliabor)। কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা ( Kaliabor Central Students Union) আৰু কলিয়াবৰবাসী ৰাইজৰ সহযোগত আৰম্ভ হোৱা এই অধিৱেশনৰ আজি পুৱা কুঁৱৰীটোলৰ গান্ধী খেল পথাৰত মূল সভাগৃহৰ তোৰণ আৰু প্ৰতিনিধি শিবিৰ মুকলি কৰা হয় (Gandhi Playground in Kuwaritol)। ইয়াৰ পাছতেই মূল পতাকা উত্তোলন কৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শঙ্কৰ শইকীয়াই । ইয়াৰ লগতে ২৩ খন পতাকা উত্তোলন কৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ শাখাসমূহৰ বিষয়-ববীয়সকলে । ইপিনে, শ্বহীদ তৰ্পণ কৰে শ্বহীদ নৰেন্দ্ৰনাথ মহন্তৰ পত্নী তুলসী মহন্ত আৰু শ্বহীদ গজেন হাজৰিকাৰ পৰিয়ালৰ সদস‍্য চেনীমাই হাজৰিকাই ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.