বিধায়ক চিৰাজউদ্দিন আজমলৰ বিৰুদ্ধে কংগ্ৰেছৰ এজাহাৰ দাখিল

By

Published : Apr 3, 2022, 1:04 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail

এআইইউডিএফৰ বিধায়ক চিৰাজউদ্দিন আজমল(AIUDF MLA Sirajuddin Ajmal) ৰ বিৰুদ্ধে দেওবাৰে বিহপুৰীয়া আৰু নাৰায়ণপুৰ ব্লক কংগ্ৰেছে দাখিল কৰিছে এজাহাৰ(Bihpuria and Narayanpur Block Congress lodge FIR) । এআইইউডিএফৰ বিধায়কগৰাকীয়ে ৩১ মাৰ্চত বিধানসভা চৌহদত অসমীয়া ভাষাৰ সন্দৰ্ভত কৰা ইতিকিং সূচক মন্তব্যৰ(AIUDF MLA Sirajuddin Ajmal insults Assamese language) বিৰুদ্ধে বিহপুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে কংগ্ৰেছ কৰ্মীসকলে ৷ কংগ্ৰেছ কৰ্মীসকলৰ মতে এয়া বিধায়কগৰাকীয়ে অসমীয়া ভাষা আৰু অসমীয়া জাতিক কৰা চূড়ান্ত অপমান ।

Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.