Illegal Cattle Smuggling : চৰাইদেউৰ সাপেখাটিত গৰুৰ চোৰাং সৰবৰাহকাৰী আটক

By

Published : Mar 11, 2022, 9:13 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

ৰাজ্যত এতিয়াও অব্যাহত আছে গো-ধনৰ অবৈধ ব্যৱসায় (Cattle smuggling in Assam) ৷ নিতৌ অবৈধভাৱে গো-ধনৰ সৰবৰাহ (Illegal Cattle Smuggling) কৰি আছে দুষ্ট চক্ৰই ৷ শেহতীয়াকৈ চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষীয়ে পশ্চিম হোলোঙামৰা গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত অভিযান চলাই চোৰাং পথেৰে গৰু সৰবৰাহ কৰি থকাৰ সময়তেই পাঁচজনকৈ গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Cattle smuggler arrest in Charaideo ) ৷ আটকাধীন গৰু সৰবৰাহকাৰী কেইজন ক্ৰমে, জিং গগৈ(33), দিলীপ দত্ত(46), ৰূপম বৰুৱা(34), মণি দত্ত(38) আৰু জামিৰ হক (56) বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে সাপেখাতী আৰক্ষীয়ে সৰবৰাহকাৰী কেইজনৰ বিৰুদ্ধে 11/22 নম্বৰত এক গোচৰ ৰুজু কৰিছে ৷

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.