ক'ভিড বিধি প্ৰত্যাহাৰ কৰি খোল খালে ৰাজ্যৰ বিদ্যালয়

By

Published : Feb 15, 2022, 2:25 PM IST

Updated : Feb 3, 2023, 8:12 PM IST

thumbnail

ক'ভিড বিধিৰ অৱসান ঘটাই পুনৰ খোল খালে ৰাজ্যৰ বিদ্যালয়সমূহ ৷ বিদ্যালয়সমূহত আৰম্ভ হৈছে পাঠদান ৷ ইফালে ৰঙিয়াৰ জৱাহৰলাল নেহৰু প্ৰাথমিক বিদ্যালয়ত মঙলবাৰৰ পৰা আৰম্ভ হৈছে পাঠদান(Assam schools open on Tuesday) । বিগত সময়ছোৱাত মোবাইল নোহোৱা বাবে অনলাইন পাঠগ্ৰহণৰ পৰা বঞ্চিত হৈছিল বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল(Assam's primary schools re-open after covid situation) । কিন্তু মঙলবাৰৰ পৰা পাঠদান আৰম্ভ কৰাত উৎফুল্লিত হৈ পৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকল ৷

Last Updated : Feb 3, 2023, 8:12 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.