ৰাজনৈতিক দলৰ হৈ গীত পৰিৱেশন নকৰে জুবিনে

By

Published : Feb 13, 2022, 10:41 AM IST

Updated : Feb 3, 2023, 8:11 PM IST

thumbnail

গোৱালপাৰাৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ছেভেন ছিষ্টাৰ হাস্পাতাল আৰু গৱেষণা কেন্দ্ৰৰ নৱনিৰ্মিত ভৱনটো শনিবাৰে মুকলি কৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গে(Zuben Garg inaugurate a new hospital and labotory) ৷ ভৱনটোৰ উদ্বোধনৰ পিছতে সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত শিল্পীগৰাকীয়ে এইবেলি বিহুত সীমিত সংখ্যক মঞ্চত গীত পৰিবেশন কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ ভৱিষ্যতে কোনো ৰাজনৈতিক দলৰ হৈ গীত পৰিৱেশন নকৰাৰ লগতে বিদ্যালয়ৰ পাঠ্যক্ৰমত লোক সংস্কৃতিৰ বিষয় অন্তৰ্ভুক্ত কৰিলে ছাত্ৰ-ছাত্ৰী লাভাম্বিত হ'ব বুলি মন্তব্য কৰে ৷

Last Updated : Feb 3, 2023, 8:11 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.