বোকাখাতত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদ

By

Published : Apr 5, 2022, 5:30 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

thumbnail

পেট্ৰ’ল-ডিজেল আদি ইন্ধনজাত সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে মঙলবাৰে বিভিন্ন ঠাইত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সমান্তৰালভাৱে বোকাখাতত বোকাখাত জিলা সমিতিৰ নেতৃত্বত AJYCP ৰ শতাধিক কৰ্মীয়ে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ বোকাখাত নগৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়াই চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে (AJYCP protest against price hike) ৷ লগতে দৈনিক হৈ থকা মূল্যবৃদ্ধি ৰোধ কৰিবলৈ বোকাখাত মহকুমাধিপতি কায্যালয়ত উপস্থিত হৈ প্ৰতিবাদকাৰী দলটোৱে স্মাৰকপত্ৰ প্ৰদান কৰে ।

Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.