চাহ সেৱনে Type 2 Diabetesৰ আশংকা হ্ৰাস কৰে: অধ্যয়ন

author img

By

Published : Sep 19, 2022, 1:50 PM IST

Drinking tea may reduce risk of Type 2 Diabetes: Study

আঠখন দেশৰ ১০ লাখতকৈ অধিক লোকৰ ওপৰত কৰা গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ক’লা (Black tea) , সেউজীয়া বা উলং চাহৰ (Green tea or Oolong tea) মজলীয়া পৰিমাণে ব্যৱহাৰৰ কৰে তেন্তে টাইপ ২ ডায়েবেটিছৰ পৰা হাত সাৰিব পৰা যায় ।

আঠখন দেশৰ ১০ লাখতকৈ অধিক লোকৰ ওপৰত কৰা গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ক’লা (Black tea) , সেউজীয়া বা উলং চাহৰ (Green tea or Oolong tea) মজলীয়া পৰিমাণে ব্যৱহাৰৰ কৰে তেন্তে টাইপ ২ ডায়েবেটিছৰ পৰা হাত সাৰিব পৰা যায়(Drinking tea may reduce risk of Type 2 Diabetes) ।

ছুইডেনৰ ষ্টকহোমত অনুষ্ঠিত এই বছৰৰ ইউৰোপীয় এছ’চিয়েশ্যন ফৰ দ্য ষ্টাডি অৱ ডায়েবেটিছ (EASD)ৰ বাৰ্ষিক সভাত (১৯-২৩ ছেপ্টেম্বৰ) উপস্থাপন কৰা এই তথ্যই দেখুৱাইছে যে দিনটোত কমেও চাৰি কাপ চাহ খালে ডায়েবেটিছৰ হোৱাৰ আশংকা ১৭ শতাংশ হ্ৰাস পায় । গড়ে ১০ বছৰৰ ভিতৰত T2Dৰ আশংকা ।

সেউজীয়া বা উলং চাহ(Oolong tea) হৈছে চীনা পৰম্পৰাগত চাহ যিটো সেউজীয়া আৰু ক’লা চাহপাত বনাবলৈ ব্যৱহাৰ কৰা হয় আৰু ই একেটা উদ্ভিদৰ পৰা তৈয়াৰী । পাৰ্থক্যটো হ’ল যে, চাহ কেনেকৈ প্ৰক্ৰিয়াকৰণ কৰা হয় ৷ সেউজীয়া চাহ বেছিকৈ অক্সিডাইজ হ’বলৈ নিদিয়ে, ক’লা চাহক ক’লা নোহোৱালৈকে অক্সিডাইজ হ’বলৈ দিয়া হয়, আৰু ওলং চাহ আংশিকভাৱে অক্সিডাইজ (Oxidised) হয় ।

লগতে পঢ়ক: দেশত বাঢ়িছে Dengue সংক্ৰমণ: কিদৰে ৰক্ষা কৰিব নিজকে এই ডেংগুৰ পৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.