ETV Bharat / state

বিশ্বজিৎ দৈমাৰী গ’ বেক ধ্বৰ্নিৰে উত্তাল খৈৰাবাৰী

author img

By

Published : Nov 19, 2020, 10:27 AM IST

ৰাজ্যত সমাগত বিধান সভাৰ নিৰ্বাচন আৰু বিটিচিৰ নিৰ্বাচনৰ প্ৰাকখনত বিপিএফ ত্যাগ কৰি বিজেপিলৈ যোৱা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে সৰৱ ক্ষুদ্ধ হৈ পৰিছে একাংশ বিপিএফ নেতাকৰ্মী ৷

bpf-protest-aginest-biswajit-doimari
বিশ্বজিৎ দৈমাৰী গ’ বেক ধ্বৰ্নিৰে উত্তাল খৈৰাবাৰী

দৰং,19 অক্টোবৰঃ অলপতে বিপিএফ ত্যাগ কৰি বিজেপি লৈ ধাপলি মেলা ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী গ’ বেগ ধ্বনিৰে উত্তাল খৈৰাবাৰী। উল্লেখযোগ্য যে, বিজেপিৰ খৈৰাবাৰী সমষ্টিৰ পৰিষদীয় প্ৰাৰ্থী ভৱেন্দ চন্দ বড়োৰ ঘৰত বুধবাৰে সন্ধিয়া উপস্থিত হৈছিল, সেই সময়তে একাংশ বিপিএফ কৰ্মীয়ে বিশ্বজিৎ দৈমাৰীৰ বিপিএফ ত্যাগ কৰাৰ সিধান্তত ক্ষুদ্ধ হৈ এই কাৰ্যসূচী ৰূপায়ন কৰে।

বিশ্বজিৎ দৈমাৰী গ’ বেক ধ্বৰ্নিৰে উত্তাল খৈৰাবাৰী

আনহাতে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিটিচিত বিজেপি দলৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত ৷ বিটিচিৰ জনসাধাৰণৰ উন্নয়নৰ বাবে বিজেপিৰ প্ৰয়োজন আছে বুলি কয় বিশ্বজিৎ দৈমাৰীয়ে ৷ আগন্তুক 22 নৱেম্বৰত আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰিব বুলি জনাই দৈমাৰীয়ে ৷


লগতে পঢ়কঃ নাগালেণ্ডক কাৰ্বি আংলঙৰ এক ইঞ্চি মাটিও এৰি দিয়া নহ’বঃ তুলিৰাম ৰংহাঙ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.