ETV Bharat / state

ডিগবৈত 20 গৰাকী সন্দেহজনক নাগৰিক আটক

author img

By

Published : Oct 12, 2019, 1:45 PM IST

ডিগবৈ চহৰত শনিবাৰে পুৱাই আটক কৰা হয় 20 গৰাকী সন্দেহজনক নাগৰিক ৷ আটকাধীন লোককেইজনৰ ভিতৰত আছে 9 টি শিশু আৰু 11 জন প্ৰাপ্তবয়স্ক ৷

ডিগবৈত আটক সন্দেহজনক নাগৰিক

ডিগবৈ, 12 অক্টোবৰঃ ডিগবৈ চহৰত শনিবাৰে পুৱাই আটক কৰা হয় 20 গৰাকী সন্দেহজনক নাগৰিকক ৷ জাতীয়তাবাদী যুৱ পৰিষদে পুৱাৰ ভাগতে ডিগবৈ চহৰত লোককেইজনক আটক কৰি গতাই দিয়ে আৰক্ষীক ৷ আটকাধীন লোককেইজনৰ ভিতৰত 11 জন প্ৰাপ্তবয়স্ক আৰু বাকী কেইজন শিশু ৷ লোককেইজনে তেজপুৰৰ পৰা অৰুণাচলৰ খাৰচাঙত কাম কৰিবলৈ গৈ আছিল ৷

ডিগবৈত আটক সন্দেহজনক নাগৰিক

আৰক্ষীয়ে এইপৰ্যন্ত লোককেইজনক সোধপোছ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

Intro:V. O.--ডিগবৈ চহৰত আজি পুৱাই 20 গৰাকী সন্দেহযুক্ত নাগৰিক আটক ৷ ইয়াৰ ভিতৰত ১১ জন জেষ্ঠ্য আৰু বাকী শিশু আছে ৷ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পুৱাই ডিগবৈ চহৰত লোককেইজনক আটক কৰি আৰক্ষীক গতাই দিয়ে ৷ অৰুনাচলৰ খাৰচাঙ ত কাম কৰিবলৈ তেজপুৰৰ পৰা লোক কেইজন গৈ আছিল বুলি জানিব পৰা গৈছে ৷ আৰক্ষী তদন্ত অব্যাহত আছে।
Body:Byte-Ajycp leaderConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.