ETV Bharat / state

তিনিচুকীয়াত আলু পিয়াঁজৰ মালা পিন্ধি কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Nov 13, 2019, 3:50 PM IST

দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি,অৰ্থনৈতিক মন্দাৱস্থাৰ লগতে দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ব্যৰ্থ হোৱা বিজেপি চৰকাৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিয়ে ৷

তিনিচুকীয়াত আলু পিয়াঁজৰ মালা পিন্ধি কংগ্ৰেছৰ প্ৰতিবাদ

তিনিচুকীয়া,13 নৱেম্বৰঃ তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ বিক্ষোভ কাৰ্যসূচী ৷ দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি,অৰ্থনৈতিক মন্দাৱস্থাৰ লগতে দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ব্যৰ্থ হোৱা বিজেপি চৰকাৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিয়ে ৷

তিনিচুকীয়াত আলু পিয়াঁজৰ মালা পিন্ধি কংগ্ৰেছৰ প্ৰতিবাদ

উল্লেখিত বিষয় সমূহ সমাধানৰ দাবীত বুধবাৰে তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিয়ে উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ তিনিচুকীয়া মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কংগ্ৰেছ কৰ্মী সকলে অংশগ্ৰহণ কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়কঃ-অৱশেষত শান্ত হ'ল লাডেন

Intro:STORY:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিঃ আলু পিয়াঁজৰ মালা পিন্ধি কংগ্ৰেছৰ প্ৰতিবাদ


তিনিচুকীয়া,13 নৱেম্বৰঃ- দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে দৰিদ্ৰ জনতাৰ মোৰত ৰামটাঙোন সোধাইছে৷ সমান্তৰালকৈ দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি হোৱাৰ লগতে নিবনুৱা সমস্যাই ভংয়কৰ ৰূপ লৈছে৷ বিশেষকৈ মানুহৰ দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ৷ উল্লেখিত বিষয় সমূহ সমাধানৰ দাবীত বুধবাৰে তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিয়ে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ তিনিচুকীয়া মাণ্ডলীক প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ কাৰ্যসূচীত জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কংগ্ৰেছ কৰ্মী সকলে অংশগ্ৰহণ কৰি পৰিৱেশ উত্তাল কৰি তোলে৷

Body:BYET:-বিৰিঞ্চি নেওগ,সম্পাদক APCCConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.